কবি আৰু কাব্য-গ্ৰন্থ

উত্‍স: কবি আৰু কবিতা (নন্দ তালুক্দাৰ)

গুণাভিৰাম বৰুৱা:

জন্ম: ১৭৫৯ শক, ১৮৮৪ খৃঃ; মৃত্যু: ১৮৯৪ । পিতৃ ৰণাৰাম বৰুৱা, মাতৃ শচীদেৱী । কাব্য গ্ৰন্থ-কাব্য কুসুমম্‌ প্ৰথম খণ্ড, ১৮৮৪ খৃঃ ।

ৰমাকান্ত চৌধুৰী:

জন্ম: ১৮৪৬ খৃঃ; মৃত্যু: ১৮৮৯ খৃঃ। পিতৃ লক্ষ্মীকান্ত চৌধুৰী, অভিমন্যু বধ কাব্য , ১৮৭৫ খৃঃ ।

ভোলানাথ দাস:

জন্ম: ১৮৫৮ খৃঃ; মৃত্যু: ১৯২৯, ২ জুলাই । পিতৃ বাপীৰাম দাস, মাতৃ পদ্মা দেৱী । কাব্য গ্ৰন্থ-চিন্তাতৰঙ্গিনী ১ম ভাগ, ২য় ভাগ ১৮৮৪, কবিতামালা ১ম ভাগ ১৮৮২, কবিতামালা ২য় ভাগ ১৮৮৩, সীতাহৰণ কাব্য ১৯৩২ ।

বলদেৱ মহন্ত:

জন্ম: ১৮৫০ , মৃত্যু: ১৮৯৫ । কাব্য গ্ৰন্থ-উজুপাঠ ১৮৮৪ ।